Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб নিৰ্বাচনত জয়ী হ’লে অসমৰ জ্বলন্ত সমস্যা সমূহক লৈ মাত মাতি যোৱাৰ প্রতিশ্ৰুতি গৌৰৱ গগৈৰ... в хорошем качестве

নিৰ্বাচনত জয়ী হ’লে অসমৰ জ্বলন্ত সমস্যা সমূহক লৈ মাত মাতি যোৱাৰ প্রতিশ্ৰুতি গৌৰৱ গগৈৰ... 3 недели назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



নিৰ্বাচনত জয়ী হ’লে অসমৰ জ্বলন্ত সমস্যা সমূহক লৈ মাত মাতি যোৱাৰ প্রতিশ্ৰুতি গৌৰৱ গগৈৰ...

পদযাত্রা আৰু বাইক ৰেলীৰে মাজুলীত প্ৰচাৰ অভিযানৰ সামৰণি পেলালে কংগ্রেছ প্রাৰ্থী গৌৰৱ গগৈয়ে। প্ৰচাৰ অভিযানৰ মাজতে মাজুলীত গৌৰৱ গগৈৰ সংবাদমেল। এই সংবাদমেলতে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’ল কংগ্রেছ প্ৰাৰ্থী গৰাকী। একেখন সংবাদমেলতে যোৰহাট সমষ্টিত এইবাৰ ৰাইজৰ জয় নিশ্চিত বুলি ঘোষণা কৰিলে গৌৰৱ গগৈয়ে। নিৰ্বাচনত জয়ী হ’লে অসমৰ জ্বলন্ত সমস্যা সমূহক লৈ মাত মাতি যোৱাৰ প্রতিশ্ৰুতি গৌৰৱ গগৈৰ। #pratidintime #assam #gauravgogoi #electionwithpratidintime

Comments