Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб কাৰাগাৰত থকা সময়ছোৱাত কি কি হাৰাশাস্তিৰ সন্মুখীন হৈছিল সেই কথাও ৰাজহুৱা কৰিলে অৰবিন্দ কেজৰিৱালে... в хорошем качестве

কাৰাগাৰত থকা সময়ছোৱাত কি কি হাৰাশাস্তিৰ সন্মুখীন হৈছিল সেই কথাও ৰাজহুৱা কৰিলে অৰবিন্দ কেজৰিৱালে... 3 недели назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



কাৰাগাৰত থকা সময়ছোৱাত কি কি হাৰাশাস্তিৰ সন্মুখীন হৈছিল সেই কথাও ৰাজহুৱা কৰিলে অৰবিন্দ কেজৰিৱালে...

বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্র মোডীৰ বিৰুদ্ধে পুনৰ ক্ষোভ উজাৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লী পৌৰ নিগমৰ আপৰ পাৰিষদসকলৰ সৈতে হোৱা বৈঠকত অৰবিন্দ কেজৰিৱালে কয় যে বিজেপিয়ে আম আদমী পাৰ্টীক ধ্বংস কৰাৰ ষড়যন্ত্ৰ ৰচিছে। কিন্তু আম আদমী পাৰ্টীৰ কৰ্মকৰ্তাসকলে বিজেপিক ভয় নকৰে বুলি ঘোষণা কৰিলে অৰবিন্দ কেজৰিৱালে। কাৰাগাৰত থকা সময়ছোৱাত কি কি হাৰাশাস্তিৰ সন্মুখীন হৈছিল সেই কথাও ৰাজহুৱা কৰিলে অৰবিন্দ কেজৰিৱালে। #pratidintime #aapdelhi #arvindkejriwal

Comments