Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб তৎপৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা... в хорошем качестве

তৎপৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা... 10 дней назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



তৎপৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা...

১ জুনত অনুষ্ঠিত হ’বলগীয়া দিল্লীৰ ৭টা লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ তৎপৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ মুখ্য কাৰ্যালয়ত দিল্লীত বাস কৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলৰ লগত বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰী গৰাকী। নৰেন্দ্ৰ মোডীক পুনৰবাৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ স্বাৰ্থতে দিল্লীত বাস কৰা উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলক বিজেপিক ভোট দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে। #pratidintime #assam #electionwithpratidintime #himantabiswasarma #delhi

Comments