Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб শিক্ষা কি?শিক্ষাৰ অৰ্থ আৰু সঙজ্ঞা বিচাৰি, শিক্ষাই কি সামাজিক প্ৰভাৱ বহন কৰি আছে? What Is Education? в хорошем качестве

শিক্ষা কি?শিক্ষাৰ অৰ্থ আৰু সঙজ্ঞা বিচাৰি, শিক্ষাই কি সামাজিক প্ৰভাৱ বহন কৰি আছে? What Is Education? 4 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



শিক্ষা কি?শিক্ষাৰ অৰ্থ আৰু সঙজ্ঞা বিচাৰি, শিক্ষাই কি সামাজিক প্ৰভাৱ বহন কৰি আছে? What Is Education?

শিক্ষা কি? শিক্ষাৰ অৰ্থ আৰু সঙজ্ঞা বিচাৰি!!!! ভাৰতীয় ধাৰণাত শিক্ষা ‌কি? কোনো বিষয়ত বা কাৰ্যক্ষেত্ৰত বিশেষ জ্ঞান, দক্ষতা, আৰু কৌশল আয়ত্ব কৰাটোৱেই হ'ল শিক্ষাৰ আভিধানিক অৰ্থ। অৰ্বাচীন কালৰে পৰা প্ৰাচীন ভাৰতীয় শিক্ষাবিদ বা শিক্ষা গুৰু আৰু দাৰ্শনিক পণ্ডিত সমাজে শিক্ষাৰ প্ৰয়োগ, প্ৰয়োজনীয়তা, শিক্ষাৰ সামাজিক প্ৰভাৱ, বিভিন্ন প্ৰকাৰৰ শিক্ষা সম্পৰ্কে গভীৰ চিন্তা-চৰ্চা কৰি‌ আহিছে। পশ্চিমীয়া দাৰ্শনিক, শিক্ষাবিদ, পণ্ডিত সকলৰ মতে শিক্ষাৰ সঙজ্ঞা এনেধৰণে দাঙি ধৰিছে - প্লেটোৰ মতে- "শিক্ষা হ'ল উপযুক্ত সময়ত সুখ-দুখ অনুভৱ কৰিব পৰা ক্ষমতা। ই ছাত্ৰৰ দেহ আৰু আত্মাৰ সকলো সৌন্দৰ্য্যৰ বিকাশ আৰু সম্ভাৱ্যপূৰ্ণতা আনি দিয়ে।" #শিক্ষা #শিক্ষাৰঅৰ্থকি? #শিক্ষাৰপ্ৰয়োজনীয়তাকি? #শিক্ষাআৰুভাৰতীয়দৰ্শণ #Education #Educationandindianculture

Comments